Moloyar Dupakhit Lyrics | Zubeen Garg & Tarali Sarma
Moloyar Dupakhit Lyrics | Zubeen Garg & Tarali Sarma
Moloyar Dupakhit Lyrics-Assamese song Lyrics |
Song info
Song: Moloyar Dupakhit
Singer: Zubeen Garg & Tarali Sarma
Album: Hiya Diya Niya
Year-2000
Moloyar Dupakhit Song Lyrics in Assamese
মলয়াৰ দোপাখিত মোৰ ম'নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
পালো বতৰা কিযে বুকো ভৰা
মোৰো মন বননিত তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ
শুৰে শুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ
পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ হোৱা যুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম'নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
অনুভবি হিয়াটো দুচকু হিমনাটো
যাযাবৰী ভাৱনটো তুমিহে আছা
পুৱতিৰে কুলাটো সন্ধিয়াৰে আচলতো
বাৰে বাৰে বিচাৰোঁ কাষলে আহা
আহিছো আহিছো তুমি মোলে চোৱা
তেজে তেজে তুমি মোৰ হোৱা যুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম'নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
পালোঁ তোমাৰ বতৰা কিযে বুকো ভৰা
মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া
উৰো উৰো উষাহে দূৰো দূৰো বুকুৱে
মোৰো মৰো হেপাহে তুমাকে ধিয়াই
নাচো নাচো পুহৰে জ্বলোঁ জ্বলোঁ সূৰুযে
ফুলোঁ ফুলোঁ ফুলেও তুমাৰ কথা কই
আছো কাষতে দুহাতে বিচাৰি লোৱা
তেজে তেজে তুমি মোৰ হোৱা সুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম'নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
পালো বতৰা কিযে বুকো ভৰা
মোৰো মন বননিত তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ
শুৰে শুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ
পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ হোৱা যুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম'নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
Moloyar Dupakhit Song Lyrics in English
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu botora kije buku bhora
mure mon bononit tulile dhow huriya
gaane gaane tumi mur
hure hure tumi mur
dure dure noroba mur
pao jen kakhote mur
teje teje tumi mur hua juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
anubhobi hiyatu dusoku himonatu
jajabori bhabonatu tumihe aasa
puwotire kulaatu hondhiyare aasolotu
bare bare bisaru kaakhole aaha
ahisu ahisu tumi mule suwa
teje teje tumi mur huwa juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu tumar botora kije buku bhora
mure mon bononit tulile dhow huriya
uru uru ukhahe duru duru bukue
moru moru hepahe tumake dhiyaai
naasu naasu puhore jolu jolu huruje
phulu phulu phuleu tumar kotha koi
aasu kaakhote duhate bisaari luwa
teje teje tumi mur hua huriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu botora kije buku bhora
mure mon bononit tulile dhow huriya
gaane gaane tumi mur
hure hure tumi mur
dure dure noroba mur
pao jen kakhote mur
teje teje tumi mur hua juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
Comments
Post a Comment