Awjana Lyrics – Maitrayee Patar

awjana lyrics maitrayee patar

Awjana Lyrics: The song is sung by Maitrayee Patar. The Assamese song Awjana lyrics is written by Maitrayee Patar, Paplu Chetia and has music by Pallab Talukdar. The music video of the “Awjana” song is directed by Sachin Baruah.


Awjana Lyrics

তাকৰীয়া কথাৰ, কি ৰাগী অজানা,
লাহে লাহে বাঢ়ে, ভাল লগা অজানা,
বুটলিলো বাসনাৰে সৰাফুল ৰঙা, ৰঙা, ৰঙা,
বাউলী মন বসন্তত স্পৰ্শৰ জবা ৰঙা, ৰঙা

বিয়পি পৰা আবেলি লাজেও
আকাশতে আঁকে ৰং ৰঙা
হেঙুলীয়া ওঁঠৰে হাঁহিত
আপোন তুমি, ফাগুন ৰঙা
……

কাষৰীয়া বেথাৰ, এই ৰাগি অজানা,
লাহে লাহে বাঢ়ে, ভাল লগা অজানা,

জোকাৰিলো যাতনাৰ জুইফুল ৰঙা, ৰঙা, ৰঙা,
কঁপনিৰে তমসাত কায়া হৈ তুমি ৰঙা, ৰঙা,
শিয়ঁৰি উঠা বিজুলী ফুলত
আলাসতে সানা ৰং ৰঙা
হেঙুলীয়া ওঁঠৰে হাঁহিত
আপোন তুমি, ফাগুন ৰঙা
…….

Awjana Song Video


Awjana Song Info:

Assamese Song: Awjana
Singer: Maitrayee Patar
Music: Pallab Talukdar
Lyrics: Maitrayee Patar, Paplu Chetia
Director: Sachin Baruah
Cast: Himanshu Gogoi & Sandhya Hazarika

Awjana Lyrics – Maitrayee Patar