Bhalpau Moi Tumake Lyrics by Rakesh Reeyan, Namrata Priyam
Bhalpau Moi Tumake Lyrics (ভালপাওঁ মই তোমাকে): The song is sung by Rakesh Reeyan. The Assamese song Bhalpau Moi Tumake lyrics is written by Rekibul Hassan and has music by Typhoon, Pincool. The music video of the Bhalpau Moi Tumake song is directed by Akan S. Haque and it Starring Rakesh Reeyan, Aimi.
Bhalpau Moi Tumake Song Credits:
Assamese Song: Bhalpau Moi Tumake |
Singer: Rakesh Reeyan, Namrata Priyam |
Music: Typhoon, Pincool |
Lyrics: Rekibul Hassan |
Director: Akan S. Haque |
Cast: Rakesh Reeyan, Aimi |
Bhalpau Moi Tumake Lyrics
চেঙেলীয়া চকু লাগি ৰয় তোমাতে অ’…
কুমলীয়া বুকু নদী হয় মৰমকে লৈ
এই চেঙেলীয়া চকু লাগি ৰয় তোমাতে অ’…
কুমলীয়া বুকু নদী হয় মৰমকে লৈ
আঁকি দিয়া মনতে মোৰ ৰামধেনুৰে ৰঙবোৰ
ৰিঙা ৰিঙা মোৰ মনক জীয়াবলে
ভালপাওঁ মই তোমাকে, সপোন দেখো তোমাৰে,
জীয়াই আছো তোমাতে, তোমাতে..
ভালপাওঁ মই তোমাকে, সপোন দেখো তোমাৰে,
জীয়াই আছো তোমাতে, তোমাতে..
ভালপাওঁ মই তোমাকে, সপোন দেখো তোমাৰে,
জীয়াই আছো তোমাতে, তোমাতে..
ভাল লাগে তুমি কথা পাতিলে
ৰ’ লাগি মোক চাই থাকিলে
বৈ আহে বাসনা বুকুলে বুজিও নুবুজা
লৈ যোৱা একেবাৰে কাষলে
কি আছে কিয় ভাবো আগলে
ৰৈ আছো তোমাৰে হবলে.. জানিও নাজানা
ভাল লাগে তুমি কথা পাতিলে
ৰ’ লাগি মোক চাই থাকিলে
বৈ আহে বাসনা বুকুলে বুজিও নুবুজা
লৈ যোৱা একেবাৰে কাষলে
কি আছে কিয় ভাবো আগলে
ৰৈ আছো তোমাৰে হবলে.. জানিও নাজানা
প্ৰেমৰ পাৰিজাত মোৰে কলিজাত
ফুলি ৰ’ব তুমি আহিলে
তোমাৰ নহলে নহওঁ কাৰোৰে
কথা দিলোঁ কথা দিবানে
আঁকি দিয়া মনতে মোৰ ৰামধেনুৰে ৰঙবোৰ
ৰিঙা ৰিঙা মোৰ মনক জীয়াবলে
ভালপাওঁ মই তোমাকে, সপোন দেখো তোমাৰে,
জীয়াই আছো তোমাতে, তোমাতে..
ভালপাওঁ মই তোমাকে, সপোন দেখো তোমাৰে,
জীয়াই আছো তোমাতে, তোমাতে..
Bhalpau Moi Tumake Song Video