Bihure Bakorit Lyrics: The song is sung by Rakesh Reeyan. The Assamese song Bihure Bakorit lyrics is written by Buddha Jyoti Bezbaruah and has music by Typhoon Music.
Bihure Bakorit Lyrics
মতলীয়া মনে যে উৰা মাৰে আজি
বিচাৰি যায় চিনাকি গাঁৱৰে পদূলি
ঢোল পেঁপা গগনাৰে মাতত
কি যে মিঠা অমিয়া সুৰ কাষত
পথৰুৱা আলিবাটে কোৱা
সোণোৱালী সময়ৰে কথা
মনতে পৰে সঘনাই
বহাগী সুৰে ৰিঙিয়াই
বিহুৰে বাকৰিতে দেখি তোকে জোন
চকুৰে চাৱনিত তোৰ ফাগুনী সপোন
বিহুৰে বাকৰিতে দেখি তোকে জোন
চকুৰে চাৱনিত তোৰ ফাগুনী সপোন
সাঁচি থোৱা ক্ষণ আজি কাষতে
একেথৰে চাই ৰলো তোমাকে
মতিলেই সুবাসসনা প্ৰীতিৰে
বহাগী প্ৰাণৰ এটি সুৰেৰে
এধানী মৰম চেনেহৰ মাজতে
বুলোৱা সপোন আজি ৰয় কাষতে
এমুঠি সোণোৱালী দিনৰ কথা
সোঁৱৰণী বৈ হিয়াৰে ভাজতে
কৈ যায় সেই চিনাকি গাঁৱৰে
মনজুৰোৱা ফাগুনী কথাকে
বিহুৰে বাকৰিতে দেখি তোকে জোন
চকুৰে চাৱনিত তোৰ ফাগুনী সপোন
Bihure Bakorit Song Video
Bihure Bakorit Song Credits:
Assamese Song: Bihure Bakorit
Singer: Rakesh Reeyan
Music: Typhoon Music
Lyrics: Buddha Jyoti Bezbaruah