Boroxun Lyrics – Achurjya Borpatra

Boroxun Lyrics : sung by Achurjya Borpatra. The Assamese song “Boroxun” lyrics is written by Achurjya Borpatra and music is produced by Pranoy Dutta.

  • Boroxun Song Info/Credits :
  • Assamese Song : Boroxun
  • Singer : Achurjya Borpatra
  • Music Producer : Pranoy Dutta
  • Lyrics : Achurjya Borpatra
  • Mix & Mastering : Diganta Bordoloi
  • Backing Vocals : Ritrisha Sarmah
  • Label : AB Production

Boroxun Lyrics

আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি
কি নূপুৰ বাজে ৰুন জুন
কি কথা পাতে গুন-গুন
কি নূপুৰ বাজে ৰুনজুন
কি কথা পাতে গুন-গুন

মেঘে মেঘে ৰদালিৰ নাচোন
সেমেকা ছবিবোৰো হ’ল ৰঙীণ ৰঙীণ
আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি

অচিনাকি লগা সপোনো
আজি চোন কাষতে চিনাকি
পোৱা নোপোৱা বহুতো
আজি চোন হঠাতেই কাহিনী

টোপাল টোপাল মৰমেৰে
ঘৰ সাজিব দিয়া
আপোন আপোন লাগি থকা
প্ৰতিটো উশাহতে
নতুন নতুন হেঁপাহ বোৰৰ
কিনো আকুলতা

আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি

কি নূপুৰ বাজে ৰুন জুন
কি কথা পাতে গুন-গুন
কি নূপুৰ বাজে ৰুনজুন
কি কথা পাতে গুন-গুন
মেঘে মেঘে ৰদালিৰ নাচন
সেমেকা ছবিবোৰো হ’ল ৰঙীণ ৰঙীণ

আজি এই বৰষুণে কথা পাতে কি
আজি এই বৰষুণে ছবি আঁকে কি

Boroxun Song Video

Boroxun Song Video