Dusto Sokujuri Lyrics by Deepshikha Bora, Montumoni Saikia
Dusto Sokujuri Lyrics the song is sung by Deepshikha Bora and Montumoni Saikia. The Assamese song Dusto Sokujuri lyrics is written by Deepshikha Bora and has music by Rex Boro.
Dusto Sokujuri Song Credits:
Assamese Song: Dusto Sokujuri |
Singer: Deepshikha Bora, Montumoni Saikia |
Music: Rex Boro |
Lyrics: Deepshikha Bora |
Dusto Sokujuri Lyrics
তোৰ দুষ্ট চকু যুৰিৰে
মোকে জোঁকাবি চোন অ’ মোৰ ভাল লাগে
মোৰ পিছে পিছে আহি
জান বুলিবি চোন অ’ মোৰ ভাল লাগে
তোৰ দুষ্ট চকু যুৰিৰে
মোকে জোঁকাবি চোন অ’ মোৰ ভাল লাগে
মোৰ পিছে পিছে আহি
জান বুলিবি চোন অ’ মোৰ ভাল লাগে
অ’ গুলপীয়া পৰিছ চোন তই লাজতে
অ’ খেলিমেলি কৰিছ চোন তই খোজতে
তোৰ বেকাঁ-বেঁকি কথাৰে
মোকে ভোলাবি চোন অ’ মোৰ ভাল লাগে
মোৰ পিছে পিছে আহি
জান বুলিবি চোন অ’ মোৰ ভাল লাগে
অ’.. নদীয়ে নদীয়ে উটি যাওঁ দুয়ো ব’ল
মোহনাত পাতিমে বিয়া
ওখকৈ পাহাৰৰ দাঁতিতে কলিজা
যাচি দিম কোমলকৈ হিয়া
অ’.. নদীয়ে নদীয়ে উটি যাওঁ দুয়ো ব’ল
মোহনাত পাতিমে বিয়া
ওখকৈ পাহাৰৰ দাঁতিতে কলিজা
যাচি দিম কোমলকৈ হিয়া
অ’ গুলপীয়া পৰিছ চোন তই লাজতে
অ’ খেলিমেলি কৰিছ চোন তই খোজতে
অ’ মই নালাগে বুলিলেও
ধৰি ৰাখিবি চোন অ’ মোৰ ভাল লাগে
অ’ মই পাগলী হৈ যোৱাকে
মৰম বুলাবিচোন মোৰ ভাল লাগে
পকোৱা সূঁতাৰে আঁটি আঁটি বান্ধি ল’ম
থাকিবি বুকুৰে মাজত
ছেগ বুজি কৰিবি মৰমৰে আমনি
মৰি যাম জান’ মই লাজত
অ’ গুলপীয়া পৰিছ চোন তই লাজতে
অ’ খেলিমেলি কৰিছ চোন তই খোজতে
তোৰ দুষ্ট চকু যুৰিৰে
মোকে জোঁকাবি চোন অ’ মোৰ ভাল লাগে
মোৰ পিছে পিছে আহি
জান বুলিবি চোন অ’ মোৰ ভাল লাগে
অ’ তোৰ দুষ্ট চকু যুৰিতে
কাজল সানিবি চোন মোৰ ভাল লাগে
তোৰ কোমল দুটি ওঁঠেৰে
হাঁহি থাকিবি চোন মোৰ ভাল লাগে
Dusto Sokujuri Song Video