Horini Nayana Lyrics – Mrityunjoy Kakati

Horini Nayana Lyrics : sung by Mrityunjoy Kakati. The Assamese song “Horini Nayanalyrics is written by Mrityunjoy Kakati and music by Rup.

  • Horini Nayana Song Info/Credits :
  • Assamese Song : Horini Nayana
  • Singer : Mrityunjoy Kakati
  • Composition : Mrityunjoy Kakati
  • Music : Rup
  • Lyrics : Mrityunjoy Kakati
  • Telugu Lyrics : B. Harikrishna
  • Mixed & Mastered By : Rup

Horini Nayana Lyrics

Nee valu kanula chopu,
Na madini taake ne…!
Nee madhura gnapakam,
Na madilo meligene…!

Nee valu kanula chopu,
Na madini taake ne…!
Nee madhura gnapakam,
Na madilo meligene…!

কাজলসনা দুচকুৰে কিনো মায়া সানিলা
উৰেনিশা তুমি মোকে উজাগৰে ৰাখিলা
সৰলমনা মুখনিৰে নাই কোনো উপমা
বুজিবৰে মন তোমাৰ হৃদয়ৰে বতৰা

কাজলসনা দুচকুৰে কিনো মায়া সানিলা
উৰেনিশা তুমি মোকে উজাগৰে ৰাখিলা
সৰলমনা মুখনিৰে নাই কোনো উপমা
বুজিবৰে মন তোমাৰ হৃদয়ৰে বতৰা

তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা

তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা

এজাৰবুলীয়া হাঁহিটি তোমাৰ
শেৱালী যেন লাগে শাৰদী নিশাৰ
এজাৰবুলীয়া হাঁহিটি তোমাৰ
শেৱালী যেন লাগে শাৰদী নিশাৰ

ময়ূৰৰ পাখী যেন লগা চুলিতাৰী
মেলি দি এৰানা লাজৰে উৰণী
চকুৰে কি কথা ক’ব খোজা তুমি
জানিবৰ মনে যায় সাৰে থকা ৰাতি

তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা

তুমিছোন হৰিণী নয়না
হাঁহিৰে ৰচা কবিতা
ময়োচোন প্ৰেমতে বলীয়া
আগে নাই হোৱা এনেকুৱা

Horini Nayana Song Video

Horini Nayana Song Video