Nayak Hobo Khuji Lyrics – Zubeen Garg

Nayak Hobo Khuji Lyrics from the Assamese movie “Nayak“, sung by Zubeen Garg. Starring Jatin Bora & Geetawali.

  • Nayak Hobo Khuji Song Info/Credits :
  • Assamese Song : Nayak Hobo Khuji
  • Singer : Zubeen Garg
  • Movie/Album : Nayak
  • Director : Munin Baruah
  • Produced By : Marry Lashkar
  • Starring : Jatin Bora & Geetawali.

Nayak Hobo Khuji Lyrics In Assamese

কিনো তই বিচাৰি আজি কিনো পালি
বুজিবলে আছে কোন
যাকেই আপোন বুলি লৱ আঁকোৱালি
সিয়ে আতঁৰিল চোন
কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে
জ’ন অৰণ্যৰ মাজতো আচ’ অকলশৰে
কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে
জ’ন অৰণ্যৰ মাজতো আচ’ অকলশৰে

নায়ক হব খুজি খলনায়ক হলি
কিনো বিধি হ’ কৰুণ

জীৱনৰে প্ৰতি পল 
যাৰ বাবে বিলাই দিলি
সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই
জীৱনৰে প্ৰতি পল 
যাৰ বাবে বিলাই দিলি
সিহঁতৰো আজি তোৰ বাবে 
ভাবিবৰ আহৰি নাই
কালিৰে তোৰ লগৰী 
আজি যে গল আঁতৰি
ভুলৰ বলি হলি তই
নায়ক হব খুজি খলনায়ক হলি
কিনো বিধি হ’ কৰুণ

মানুহৰে মন বোৰো তই কিয় নিচিনিলি
ফুলনিৰ কাইটকে যে ফুল বুলি তুলিলি
মানুহৰে মন বোৰো তই কিয় নিচিনিলি
ফুলনিৰে কাইটকে ফুল বুলি তুলিলি
কাইতেজে বাকুহা দুহাতৰে তেজে চাই
বেজাৰ কৰি লাভ নাই

নায়ক হব খুজি খলনায়ক হলি
কিনো বিধি হ’ কৰুণ
কিনো তই বিচাৰি আজি কিনো পালি
বুজিবলে আছে কোন
কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে
জ’ন অৰণ্যৰ মাজতো আচ’ অকলশৰে

কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে
জন অৰণ্যৰ মাজতো আচ’ অকলশৰে
নায়ক হব খুজি খলনায়ক হলি
কিযে বিধি কৰুণ
কিনো তই বিচাৰি
আজি কিনো পালি
বুজিবলে আছে কোন ।

Nayak Hobo Khuji Song Video

Nayak Hobo Khuji Lyrics