O Bihuti Lyrics – ILIAD | Tavreed

O Bihuti Lyrics: The song is sung by ILIAD. The Assamese song O Bihuti lyrics is written by ILIAD and has music by Tavreed.


O Bihuti Lyrics

বিহুতি আহিলে কুলিয়ে বিনালে
গমকে পাইছানে নাই
ঢোলৰে চাপৰত দেহাটি ভাগিছে
ৰবকে পৰা নাই

বিহুতি আহিলে কুলিয়ে বিনালে
গমকে পাইছানে নাই
ঢোলৰে চাপৰত দেহাটি ভাগিছে
ৰবকে পৰা নাই

ককালত টঙালি হাততে পেঁপাটি
গামোচা ৰঙালী দিবানে তুমি আহি
হুঁচৰি পদুলিত লৈ আনিম কপৌপাহি
গুজি দিম তোমাৰে খোপাতে মই আজি ….
বহাগী পালেহি অই নাচিবৰে হ’ল
বহাগী পালেহি অই নাচিবৰে হ’ল

মনৰে কথাবোৰ মনতে ৰৈ যাব
কবলে নেপামেই তোমাক
মৰমবোৰ লুকাব, হৃদয় ও ভাগৰিব,
পাহৰিব আমাৰ ভালপোৱা

নাহৰ পাতে বিয়পাব আমাৰ কথা
তগৰ ফুলে সোঁৱৰাব প্ৰেমৰ বেথা
কপৌপাহে জিৰাব তোমাৰ খোপাত
হুতুলিটো উমলিব তোমাৰ কোলাত

ককালত টঙালি হাততে পেঁপাটি
গামোচা ৰঙালী দিবানে তুমি আহি
হুঁচৰি পদুলিত লৈ আনিম কপৌপাহি
গুজি দিম তোমাৰে খোপাতে মই অজি
বহাগী পালেহি অই নাচিবৰে হ’ল
বহাগী পালেহি অই নাচিবৰে হ’ল।

O Bihuti Song Video


O Bihuti Song Credits:

Assamese Song: O Bihuti
Singer: ILIAD
Music: Tavreed
Lyrics: ILIAD