Prem Hoie Gol Song Credits:
Song: | Prem Hoie Gol |
Singer: | Deepshikha Bora |
Music: | Rex Boro |
Lyrics: | Deepshikha Bora |
Prem Hoie Gol Lyrics
যোৱা বছৰ তোক প্ৰথম দেখি
বুকুত কিবা এটা লাগি গ’ল
মাঘৰ বিহুত তোক আকৌ দেখি
মৰম অকণমান জাগি গ’ল
ব’হাগতে তোলৈ মনত পৰি
বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি
প্ৰেম হৈয়ে গ’ল
প্ৰেম হৈয়ে গ’ল
জেতুকা তোৰে নামৰে
বুলাবলে মন দুহাততে
গামোচাত তোৰে নামৰে
ধুনীয়া ফুল তুলিবলে মন
দিনে ৰাতি তোলৈ মনত পৰি
বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি
প্ৰেম হৈয়ে গ’ল
প্ৰেম হৈয়ে গ’ল
মই তোৰ বুকুৰে ৰাণী
বুজি পাবলে তই আছে বাকী
মই জুই হ’লে তই পানী
নিজৰ বুলি ল’বি মোকে মানি
দিনে ৰাতি তোলৈ মনত পৰি
বাঢ়ি বাঢ়ি মৰম আৰু বাঢ়ি
প্ৰেম হৈয়ে গ’ল
প্ৰেম হৈয়ে গ’ল
Prem Hoie Gol Song Video