Roopkonwar Lyrics – Darshana Kashyap

Roopkonwar Lyrics: The song is sung by Darshana Kashyap and Neel Akash. The Assamese song Roopkonwar lyrics is also written by Darshana Kashyap and has music by Pallab Talukdar.

Roopkonwar Song Credits:
Song: Roopkonwar
Singer: Darshana Kashyap, Neel Akash
Music: Pallab Talukdar
Lyrics: Darshana Kashyap

Roopkonwar Lyrics

ও ৰূপকোঁৱৰ
শুকুলা সাজ সোনালী পাৰি
পাত চকুযুৰি মেঘালী চুলি
বলিয়া বতাহৰ বেগেৰে বাগৰে বিয়পি
পখীৰাজ ঘোঁৰা চেকুৰে
আজি ক্ষুদ্ৰ ধৰিত্ৰী

বিজুলী নহয় যেন বজ্ৰপাত
শিকলি সৰে শুনি সুমধুৰ আলাপ

জাকে জাকে তৰা আজি
জলিছে অৰণ্যত
এই জোনাকী ৰাতি
উপকূল মনত

জাকে জাকে তৰা আজি
ভৰিছে অৰণ্যত
এই জোনাকী ৰাতি উপকূল মনত

কৰিছে ঝংকাৰ
তেজতে মৃদুল মধুপৱন
লয়লাসে আৱৰে
কোলাহলে সানিছে সেন্দুৰিয়া ৰং

বিজুলী নহয় যেন বজ্ৰপাত
শিকলি সৰে শুনি সুমধুৰ আলাপ

Roopkonwar Song Video