Jai O Kanu Bai Benu Lyrics - Khagen Mahanta | Meghmukti

Jai O Kanu Bai Benu Lyrics - Khagen Mahanta | Meghmukti

Jai O Kanu Bai Benu Lyrics - Khagen Mahanta | Meghmukti
Jai O Kanu Bai Benu Lyrics - Khagen Mahanta | Meghmukti


Jai O Kanu Bai Benu Lyrics from the Album "Meghmukti", sung by Khagen Mahanta


  • Jai O Kanu Bai Benu Song Info/Credits :
  • Old Assamese Song : Jai O Kanu Bai
  • Singer : Khagen Mahanta
  • Album : Meghmukti
  • Label : Saregama


Jai O Kanu Bai Benu Lyrics by Khagen Mahanta


যায় অ’ কানু বায় বেণু....

যায় অ’ কানু বায় বেণু.. কোন

দূৰণিৰ মথুৰালে যায় ?

যায় অ’ কানু বায় বেণু.. কোন

দূৰণিৰ মথুৰালে যায় ?


সোণৰ ৰথে পথে পথে... 

আঁচ বহুৱাই.. 

শুদা মন বৃন্দাবন

উঠে উচপ খাই

যায় অ’ কানু বায় বেণু কোন

দূৰণিৰ মথুৰালে যায় ?


উমি উমি জ্বলে হেঁপাহ

জুমি জুমি চাওঁ

দূৰে দূৰে থাকা তুমি !

সুৰে সুৰে পাওঁ..


অ’ কাৰ লগৰ ছাঁ এই মন

ক'তো নেহেৰায়...


কাৰ লগৰ ছাঁ এই মন

ক'তো নেহেৰায়...


যায় অ’ কানু বায় বেণু কোন

দূৰণিৰ মথুৰালে যায় ?


হিয়া জুৰি বাজে বাঁহীৰ জুৰণীয়া মাত

উখল মাখল মন জিৰায়

কদমৰে ছাঁত 


অ’ বুকুত পালোঁ এয়া তুমি 

আছিলাঁ লুকাই 

বুকুত পালোঁ এয়া তুমি 

আছিলাঁ লুকাই.. 


যায় অ’ কানু বায় বেণু....কোন 

দূৰণিৰ মথুৰালে যায় ?

যায় অ’ কানু বায় বেণু....কোন 

দূৰণিৰ মথুৰালে যায় ৷৷


Jai O Kanu Bai Benu Song Video

Comments

Popular posts from this blog

Monjyotshna Lyrics – Tanmoy Saikia, Sannidhya Bhuyan

Mukoli Mon Lyrics – Sannidhya Bhuyan

Aaradhya Lyrics in Hindi, Tamil, Telegu, Malayalam Version from Kushi