Laje Laje Kou Lyrics - Rakesh Reeyan, Papori Gogoi
Laje Laje Kou Lyrics: The Assamese song Laje Laje Kou lyrics are penned by Debesh Roy Tilok Newar, while the song is beautifully sung by Rakesh Reeyan and Papori Gogoi, and the music is crafted by Dipkesh Borgohain, further it has been directed by Rintu Choudhury.
- Laje Laje Kou Song Credits:
- Assamese Song: Laje Laje Kou
- Singer: Rakesh Reeyan, Papori Gogoi
- Music: Dipkesh Borgohain
- Lyrics: Debesh Roy
- Director: Rintu Choudhury
Laje Laje Kou Lyrics
Timro ra mero maya pirati
Yugau yugau dekhi
Timro ra mero maya pirati
Yugau yugau dekhi
Laijau na kanchha
Aafno banai Malai ajai dekhi
Timro ra mero maya pirati
Yugau yugau dekhi
লাজে লাজে লাজে কঁও তোমাকে
তুমি নহ'লে ভাল নালাগে
শয়নে সপোনে প্ৰেম জাগে
থাকিলে তুমি কিনো লাগে
লাজে লাজে লাজে কঁও তোমাকে
তুমি নহ'লে ভাল নালাগে
শয়নে সপোনে প্ৰেম জাগে
থাকিলে তুমি কিনো লাগে
প্ৰণয়ৰ নদীতে জীৱনে
উটি যায় নিৰলে মনে মনে
ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে
মেঘে মেঘে চুমাটি যাঁচে !!
ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে
মেঘে মেঘে চুমাটি যাঁচে !!
দূৰে দূৰে নৰ'বা মোৰে সোন
কাষত আহা আনি দিম তৰা জোন
অভিমানী মন নুবুজে অকন
তুমি নহ'লে মোৰ আছে কোন?
প্ৰণয়ৰ নদীতে জীৱনে
উটি যায় নিৰলে মনে মনে
ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে
মেঘে মেঘে চুমাটি যাঁচে !!
ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে
মেঘে মেঘে চুমাটি যাঁচে !!
Timro ra mero maya pirati
Yugau yugau dekhi
Timro ra mero maya pirati
Yugau yugau dekhi
Laijau na kanchha
Aafno banai Malai ajai dekhi
Timro ra mero maya pirati
Yugau yugau dekhi
সুখে দুখে জীৱন ডিঙা টানি
ৰাখিম তোমাক আপোন কৰি ৰাণী
ওৰেটো জীৱন তোমাৰ হৈয়ে ৰ'ম
কলিজাৰ সঁচা মৰম সানি
প্ৰণয়ৰ নদীতে জীৱনে
উটি যায় নিৰলে মনে মনে
ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে
মেঘে মেঘে চুমাটি যাঁচে !!
ৰাতিৰে জোনাকে লাজতে মুখ ঢাকে
মেঘে মেঘে চুমাটি যাঁচে !!
Laje Laje Kou Song Video
Comments
Post a Comment